March 11, 2025 12:40 PM
নতুন দিল্লীত আজি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি বিয়লি বিশ্ব পেৰা এথলেটিকছ গ্রেণ্ড প্রিক্স- ২০২৫ অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই প্ৰতিযোগিতাত ১৪৫ গৰাকী ভাৰতীয় আৰু ২০ খন দেশৰ ১০৫ গৰাকী আন্তঃৰাষ...