July 5, 2025 8:48 PM
15
পেৰা আৰ্চাৰী এছিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি
বেইজিঙত অনুষ্ঠিত পেৰা আৰ্চাৰী এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় পেৰা ধনুৰ্বিদে আজি দুটা সোণৰ পদক অৰ্জন কৰে। ইয়াৰ ফলত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পালে। শীতল দেৱী আৰু জ্যোতিক লৈ গঠিত ভাৰতীয় কম্পাউণ্ড দলটোৱে চীনৰ দলটোক ১৪৮-১৪৩ ফলাফলত পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। হৰবিন্দ সিং আৰু ভাবনাই মিক্স ৰিকাৰ্ভ শাখাত ৫-৪ ফলাফলত জয়লাভ কৰি আনটো সোণৰ পদক অৰ্জন কৰে। ইপিনে ভাৰতে পুৰুষৰ ৰিকাৰ্ভ অ'পেন, কম্পাউণ্ড অ'পেন আৰু মিক্সড কম্পাউণ্ড অ'পেন শিতানত তিনিটা ৰূপৰ পদক লাভ কৰে। ৰাকেশ কুমাৰে পুৰুষ কম্পাউণ্ড শা...