November 12, 2024 7:29 PM

views 23

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অসমীয়াত্বৰ যাত্ৰাত সমন্বয় আৰু স্বকীয়তা শীৰ্ষক বক্তৃতাৰ আয়োজন

দৰং জিলাৰ দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি মহাবিদ্যালয়খনত অসমীয়াত্বৰ যাত্ৰাত সমন্বয় আৰু স্বকীয়তা শীৰ্ষক বক্তৃতাৰ আয়োজন কৰা হয়। বিশিষ্ট চিন্তাবিদ তথা লেখক ময়ূৰ বৰাই প্ৰদান কৰা এই ভাষণত বক্তাগৰাকীয়ে অসমীয়া জাতিসত্বা গঠনৰ ঐতিহাসিক পটভূমিত আলোকপাত কৰে আৰু অসমীয়া পৰিচয় গঠনত জড়িত ব্যক্তি বিশেষৰ অৱদান সম্পৰ্কত আলোচনা কৰে। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ উদ্যোগত আৰু আভ্যান্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আয়োজিত এই অনুষ্ঠানত সভাপতিত্...