January 6, 2025 5:55 PM

views 20

পঞ্চায়ত পৰা সংসদলৈ শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত পঞ্চায়ত পৰা সংসদলৈ শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ২০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পঞ্চায়তৰ কমেও ৫০০ গৰাকী নির্বাচিত মহিলাই অংশগ্রহণ কৰে। বিশেষকৈ অনুসুচীত জনজাতিৰ পৰা পঞ্চায়তত প্ৰতিনিধিত্ব কৰা মহিলাসকলৰ সৱলীকৰণৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। অনুষ্ঠানত অংশ লয় লোকসভাৰ অধ্যক্ষগৰাকীয়ে পঞ্চায়তীৰাজ সংস্থাসমূহে গাঁওসমূহৰ উন্নয়নৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে কাম ক...