April 19, 2025 8:03 PM

views 63

পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

সমাগত পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ সময়সীমা উকলি যোৱাৰ পিছতে এন ডি এ ৩৭ খন জিলা পৰিষদৰ সমষ্টি আৰু ৩১১টা আঞ্চলিক পঞ্চায়ত সমষ্টিত বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ৩৭ খন জিলা পৰিষদৰ ভিতৰত ৩৫ খনত বিজেপিয়ে আৰু দুখনত অসম গণ পৰিষদে জয়লাভ কৰে। আনহাতে, ৰাজ্যৰ মুঠ দুহেজাৰ ১৯২টা আঞ্চলিক পৰিষদৰ সমষ্টিৰ ২৫৯টা বিজেপিয়ে, ২৯টা অসম গণ পৰিষদে আৰু ১৩টা ৰাভা যৌথ মঞ্চই দখল কৰিছে। ৰাজ্...