December 12, 2024 12:19 PM

views 25

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত আৰু নতুনকৈ সীমা নিৰ্ধাৰণ কৰা দীপৰ বিল, ৰাণী চাপৰি, বৰখাট, ডিমৰীয়া, সোণাপুৰ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি এই তালিকা প্ৰকাশ কৰা হৈছে। তালিকাক লৈ ওজৰ- আপত্তি ১৪ৰ পৰা ২১ ডিচেম্বৰলৈ দাখিল কৰিব পৰা হ'ব। এই আপত্তিসমূহ নিষ্পত্তিৰ তাৰিখ ২২ৰ পৰা ২৬ ডিচেম্বৰলৈ ধাৰ্য কৰা হৈছে। ২৮ ডিচেম্বৰত চূড়ান...