April 26, 2025 12:34 PM

views 22

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰ প্ৰচাৰ অভিযান, বৰাকত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাকত নিৰ্বাচনী প্ৰচাৰ। কাছাৰ জিলাৰ উধাৰবন্দৰ হাতীচৰা চাহ বাগিচাতো মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কালি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী স...