January 4, 2025 12:17 PM
পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পুনৰ বিবেচনাৰ আবেদন ৰাজ্য চৰকাৰৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে আবেদন জনাইছে। কালি এই স্থগিতাদেশৰ সংশোধনী ব...