August 20, 2024 11:58 AM

views 17

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

ৰাজ্যিক নির্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে জিলাসমূহৰ আয়ুক্ত আৰু মহকুমাধিপতিসকলৰ বদলিৰ প্ৰক্ৰিয়া অহা ২৬ আগষ্টৰ ভিতৰত সম্পন্ন কৰিব লাগিব। আনহাতে, অহা ২৭ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰৰ ভিতৰত ভোটাৰ তালিকা উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ সময়সীমা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ প্ৰকাশ পোৱা পঞ্চায়তৰ ভোটাৰ তালিকাত আৰু চলিত বৰ্ষৰ বিধানসভাৰ ভোটাৰ তালিকাৰ ভিত্তিত পঞ্চায়তৰ ভোটাৰ তালিকা উন্নীত ...