June 17, 2024 8:54 PM

views 24

ৰাজ্যত পঞ্চায়ত নির্বাচন ই ভি এমৰ সলনি বেলট পেপাৰত অনুষ্ঠিত হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনাগত পঞ্চায়ত নির্বাচন ই ভি এমৰ সলনি বেলট পেপাৰত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৪ বা ৫ খন জিলাত পাইলট পৰ্যায়ত ই ভি এম ব্যৱহাৰ কৰা হ'ব বুলি তেওঁ কয়। এইবাৰৰ পঞ্চায়ত নিৰ্বাচন সম্পূর্ণ অৰাজনৈতিক হ'ব বুলিও তেওঁ উল্লেখ কৰে। আঞ্চলিক জিলা পৰিষদৰ নির্বাচন প্রতীক চিহ্নত অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চায়তৰ সভাপতি আৰু সদস্য প্রতীক অবিহনে নির্বাচনত অৱতীৰ্ণ হ'ব। ইয়াৰ লগতে তেওঁ পুৰণি সমষ্টিৰ ভিত্তিত ৰাজ্যত উপ-নির্বাচন অনুষ্ঠিত নহ'ব পাৰে বুলি মতপ্রকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়...