December 6, 2024 9:10 PM December 6, 2024 9:10 PM

views 4

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ

ৰাজ্যৰ দুখন গাঁও পঞ্চায়তে অলপতে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দুটা শিতানত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিছে। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ ৯টা মূল বিষয়বস্তুৰে সমৃদ্ধ শিশু অনুকূল পঞ্চায়ত শিতানত মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই পঞ্চায়তে প্রথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনৰ শ্ৰেষ্ঠ গাঁও পঞ্চায়ত শিতানত নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তে দ্বিতীয় পুৰস্কাৰ ...