May 10, 2025 7:52 PM
ভাৰতীয় সেনাৰ দ্বাৰা জম্মুৰ সমীপৰ কেইবাটাও পাকিস্তানী চকী ধ্বংস
ইয়াৰ আগেয়ে ভাৰতীয় সেনাই জম্মুৰ সমীপৰ কেইবাটাও পাকিস্তানী চকী আৰু কূটাঘাটমূলক কাৰ্যকলাপৰ বাবে সন্ত্ৰাসবাদী প্ৰেৰণৰ ঘাটি স্বৰূপ ভালেসংখ্যক লন্স পেড ধ্বংস কৰিছে। এইসমূহ টিউব লন্স ড্রো...