May 10, 2025 7:52 PM May 10, 2025 7:52 PM

views 6

ভাৰতীয় সেনাৰ দ্বাৰা জম্মুৰ সমীপৰ কেইবাটাও পাকিস্তানী চকী ধ্বংস

ইয়াৰ আগেয়ে ভাৰতীয় সেনাই জম্মুৰ সমীপৰ কেইবাটাও পাকিস্তানী চকী আৰু কূটাঘাটমূলক কাৰ্যকলাপৰ বাবে সন্ত্ৰাসবাদী প্ৰেৰণৰ ঘাটি স্বৰূপ ভালেসংখ্যক লন্স পেড ধ্বংস কৰিছে। এইসমূহ টিউব লন্স ড্রোন উৎক্ষেপন বাবে ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে আজি পুৱা প্ৰায় ৫ বজাত অমৃতচৰৰ খাছা চাউনীৰ ওপৰত শত্রুপক্ষৰ কেইবাটাও অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত ড্রোন প্ৰত্যক্ষ কৰা হয়। বায়ু প্ৰতিৰক্ষা গোটে ততালিকে এই ড্রোনসমূহ ঘেৰি ধৰে আৰু আকাশতে নষ্ট কৰে। সেনাই আজি নিচেই পুৱা অমৃতচৰৰ আকাশত উৰি থকা পাকিস্তানৰ কেইবাটাও ...