May 16, 2025 7:56 PM

views 10

সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ বিভিন্ন ভূমিকা গ্ৰহণ

সন্ত্ৰাসবাদৰ সমৰ্থন কৰাৰ ক্ষেত্ৰত পাকিস্তানে বিভিন্ন ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন সন্ত্রাসবাদী সংগঠনক বিত্তিয় সাহায্য প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সন্ত্ৰাসবাদী গোটৰ সৈতে দেশখনৰ পোনপটীয়া সম্পৰ্কৰ তথ্য-প্রমাণ পোৱা গৈছে। এটা ব্ৰিটিছ বাতৰি প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মহম্মদ আছিফে তিনি দশক ধৰি পাকিস্তানে সন্ত্রাসবাদী গোটক সমৰ্থন আগবঢ়াই অহাৰ কথাটো স্বীকাৰ কৰিছে। পেহেলগামত হোৱা শেহতীয়া সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ এনে স্বী...