August 10, 2025 7:26 PM

views 33

পাকিস্তানে ভাৰতৰ বিমানৰ বাবে আকাশমার্গ বন্ধ কৰি দিয়াত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন

পাকিস্তানে ভাৰতৰ বিমানৰ বাবে ইয়াৰ আকাশমার্গ বন্ধ কৰি দিয়াৰ পাছত যোৱা ২৪ এপ্ৰিলৰ পৰা ৩০ জুনৰ সময়ছোৱাত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশখনৰ নেচনেল এছেম্বলিত চলিত সপ্তাহত এই তথ্য প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রালয়ে এই সন্দৰ্ভত কয় যে এনে লোকচান হোৱা সত্তেও চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। আকাশমার্গ বন্ধ ৰখা এই ব্যৱস্থা বৰ্তমানেও কাৰ্যকৰী হৈ আছে। ভাৰতেও অনুৰূপ ধৰণে ইয়াৰ আকাশমার্গ বন্ধ ৰাখি এইবুলি মত প্ৰকাশ কৰিছে যে দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক সুৰক্ষ...