ডাউনলোড
মোবাইল এপ

android apple
signal

April 26, 2025 1:45 PM

পশ্চিম পাকিস্তানৰ বেলুচিস্তানত আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০জন লোক নিহত

পশ্চিম পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত কালি আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০ জন লোক নিহত হয় বুলি বেলুচ লিবাৰেছন আর্মীয়ে দাবী কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাত...