August 25, 2024 8:08 PM

views 50

পাকিস্তানত সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ৩৭ গৰাকী লোক নিহত

পাকিস্তানত আজি সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ১১ গৰাকী তীর্থ যাত্ৰীকে ধৰি ৩৭ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। বেলুচিস্তানৰ মাক্রন উপকূলীয় ঘাইপথত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৩৫ গৰাকী লোক আহত হয়। বাছখনত ইৰানৰ পৰা পাঞ্জাব প্ৰদেশলৈ ছিয়া তীর্থযাত্ৰীসকল উভতি আহি আছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ অধিক সংখ্যক যাত্ৰীয়ে লাহোৰ আৰু গুজৰনৱালাৰ। পাক অধিকৃত কাশ্মীৰত সংঘটিত আন এটা দুৰ্ঘটনাত ৩৫ গৰাকী লোক কঢ়িয়াই নিয়া এখন বাছ খাৱৈত বাগৰি ...