May 10, 2025 7:46 PM

views 16

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে চলোৱা আক্ৰমণত ব্যাপক ক্ষতি

পাকিস্তানৰ প্ৰৰোচনামূলক ব্যৱস্থাৰ পাছত ভাৰতে সিন্দুৰ অভিযানৰ জৰিয়তে ইছলামাবাদত আক্রমনাত্মক আৰু প্ৰতিৰক্ষা সামৰ্থৰ বিৰুদ্ধে চলোৱা আক্ৰমণত দেশখনৰ ব্যাপক ক্ষয় ক্ষতি হৈছে। নতুন দিল্লীত কিছুসময় পূর্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত স্থলসেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে সশস্ত্র বাহিনীয়ে পাকিস্তানক আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষা সামর্থ ধ্বংস কৰিছে। তেওঁ কয় যে ভাৰতীয় অভিযানত অকল সন্ত্রাসবাদীৰ ঘাটি আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা সুবিধাসমূহ লণ্য কৰি লোৱা হৈছে। ভাৰতীয় সশস্ত্র বাহিনীয়ে ...