October 20, 2025 5:41 PM

views 64

পাকিস্তানী সশস্ত্র বাহিনীয়ে বেলুচিস্তানত কমেও ১৮ জন লোকক আটক কৰি অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে

পাকিস্তানী সশস্ত্র বাহিনীয়ে শেহতীয়াকৈ বেলুচিস্তানৰ কোৱেটা, পঞ্জগুৰ, খাৰন আৰু মাস্তুং জিলাত এলানি অভিযান চলাই শিক্ষার্থীকে ধৰি কমেও ১৮ জন লোকক আটক কৰি অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখিছে। স্থানীয় সংবাদ মাধ্যমে এই সন্দৰ্ভত প্ৰকাশ কৰি কয়, যে কোৱেটাৰ ব্ৰেৱাৰী এলেকাত যোৱা শুকুৰবাৰে নিশা অভিযান চলাই সশস্ত্র বাহিনীয়ে দুজন বেলুচ ছাত্ৰক তেওঁলোকৰ ঘৰৰ পৰা আটক কৰি লৈ যায়। পাকিস্তানী সেনাই ছাত্র দুজনৰ কোঠালীত বলপূর্বক প্ৰৱেশ কৰি কোনোধৰণৰ গ্ৰেপ্তাৰী পাৰোৱানা অবিহনেই তেওঁলোকক আটক কৰি নিয়ে বুলিও প্রত্যক্ষদর্শীয়ে প্র...

October 19, 2025 8:10 PM

views 48

বেলুচিস্তানৰ বিভিন্ন স্থানৰপৰা ৮ জন নাগৰিকক পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে অজ্ঞাত স্থানলৈ নিয়ে

পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তানৰ বিভিন্ন স্থানৰ পৰা ৮ জন নাগৰিকক বলপূর্বকভাবে ধৰি কোনো অজ্ঞাত স্থানলৈ লৈ গৈছে। মানৱ অধিকাৰ, বেলুচ, য়াকজেহটি কমিটীয়ে কালি বেলুচিস্তানত পাকিস্তানী কর্তৃপক্ষই বলপূর্বকভাবে সাধাৰণ লোকক ধৰি অজ্ঞাত স্থানলৈ লৈ যোৱা, ন্যায় বহিঃর্ভূত হত্যা আৰু নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে।