April 29, 2025 6:33 PM April 29, 2025 6:33 PM

views 5

পহলগাম আক্ৰমণৰ বিষয়টো ভাৰতৰ উপ-স্থায়ী প্রতিনিধি যোজনা পেটেলৰ ৰাষ্ট্ৰসংঘত উত্থাপন

ভাৰতে পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়টো ৰাষ্ট্ৰসংঘত শক্তিশালীভাৱে উত্থাপন কৰাৰ লগতে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ আৰু পুঁজিৰ যোগান ধৰা সন্দৰ্ভত পাকিস্তানৰ মন্ত্ৰীৰ স্বীকাৰোক্তিৰ বিষয়টোও উত্থাপন কৰিছে। ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ উপ-স্থায়ী প্রতিনিধি য়োজনা পেটেলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আচিফৰ শেহতীয়া সাক্ষাৎকাৰৰ বিষয়টো আঙুলিয়াই দিয়ে। তেওঁ কয়, যে সাক্ষাৎকাৰটোত মন্ত্ৰীগৰাকীয়ে সন্ত্রাসবাদী গোটক পাকিস্তানে কিদৰে সমৰ্থন, প্ৰশিক্ষণ বা পুঁজিৰ যোগান ধৰি আহিছে, সেই সন্দৰ্ভত দিয়া স্বীকাৰোক্তিক স...