July 2, 2025 4:58 PM
কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে ন্যায় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট...