May 13, 2025 8:08 PM

views 17

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত ৫৬জন লোকক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৫৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কালি কাৰ্বি আংলং আৰক্ষীয়ে আজিমুদ্দিন আৰু ৰাকিব হুছেইন নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। ধুবুৰী আৰক্ষীয়ে হাছিনুৰ ৰহমান আৰু লালচান্দ আলী, লক্ষীমপুৰ আৰক্ষীয়ে আব্দুল আছিক আৰু ছমিৰ আলী নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। তেওঁ লগতে জ...