April 29, 2025 11:14 AM

views 11

সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন জনাই মন্তব্য দিয়া ২৭জন লোকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন জনাই মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অভিযান চলাই এই পর্যন্ত ২৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই যোৱা ২৪ ঘণ্টাত ৮ জন লোকক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা, তামুলপুৰ, ধুবুৰী, শ্রীভূমি, কোকৰাঝাৰ আৰু কামৰূপ জিলা আৰক্ষীয়ে কালি এই লোকসকলক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিপূর্বে অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে গ...