July 28, 2025 10:22 AM
সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ সন্দৰ্ভত বিশেষ আলোচনা
লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ চলিত বর্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতৰ প্ৰতিক্ৰিয়া সন...