April 13, 2025 11:58 AM

views 14

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

কেন্দ্ৰীয় চৰকাৰে অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰিবলগীয়া ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন বিচাৰিছে। যোৱা ১৫ মাৰ্চত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩১ জুলাই পর্যন্ত এই প্রক্রিয়া খোলা থাকিব। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলৰ জৰিয়তেহে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব।

September 13, 2024 5:42 PM

views 12

১৫ ছেপ্তেম্বৰলৈকে পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া খোলা থাকিব

অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰলৈকে খোলা থাকিব। যোৱা পহিলা মে'ত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেল awards.gov.in যোগে দাখিল কৰা মনোনয়নহে গ্ৰহণ কৰা হ'ব। মনোনয়নৰ সৈতে মনোনীত ব্যক্তিগৰাকীৰ ক্ষেত্ৰ, অসাধাৰণ সাফল্য, প্ৰাসংগিক আদি সকলো তথ্য দাখিল কৰিব লাগিব।

August 23, 2024 11:45 AM

views 13

পদ্ম বঁটা ২০২৫ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ১৫ ছেপ্তম্বৰলৈকে মুকলি

গণৰাজ্য দিৱস উপলক্ষে ঘোষণা হ'বলগীয়া পদ্ম বঁটা ২০২৫ৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া ১৫ ছেপ্তম্বৰলৈকে মুকলি ৰখা হৈছে । আবেদনকাৰীসকলে ৰাষ্ট্ৰীয় বঁটা প'ৰ্টেল Awards.gov.inত গৈ মনোনয়ন দাখিল কৰিব পাৰিব। ১৯৫৪ চনৰ পৰা প্ৰতি বছৰে গণৰাজ্য দিৱসত ভিন্ন ক্ষেত্ৰত উল্লেখনীয় কামৰ বাবে প্ৰদান কৰা পদ্ম বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ ভিতৰত অন্যতম। শিল্প-সাহিত্য, ক্রীড়া, শিক্ষা, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা কাম, অসামৰিক সেৱা, ব্যৱসায়, উদ্যোগ আদি ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে এই বঁটা প্ৰ...

July 25, 2024 10:34 AM

views 14

১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব  পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল - দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। ১৯৯৫ চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয...

July 24, 2024 7:51 PM

views 16

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰপৰ্যন্ত মুকলি থাকিব

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল - দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। ১৯৯৫ চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্রতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয়।...