September 12, 2024 6:54 PM

views 20

অহা ১৫ ছেপ্তেম্বৰত পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়াৰ অহা ১৫ ছেপ্তেম্বৰত সামৰণি পৰিব । যোৱা ১ মে'ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে এই সন্...

August 16, 2024 8:33 PM

views 19

২০২৫ চনৰ পদ্ম বঁটাসমূহৰ মনোনয়নৰ সময়সীমা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি

২০২৫ চনৰ পদ্ম বঁটাসমূহৰ মনোনয়ন ছেপ্টেম্বৰৰ ১৫ তাৰিখ পৰ্যন্ত গ্ৰহণ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰৰ প'ৰ্টেল awards.gov.inত মনোনয়ন দাখিল কৰিব পাৰিব। পদ্ম বঁটা দেশৰ আটাইতকৈ সন্মানীয় অসামৰিক বঁটা। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনি ভাগত পদ্ম বঁটাসমূহ প্রদান কৰা হয়। প্ৰতি বছৰে পদ্ম বঁটা প্ৰাপকৰ নাম গণৰাজ্য দিৱসৰ আগদিনা বিয়লি ঘোষণা কৰা হয়।

July 25, 2024 6:59 PM

views 21

পদ্ম বঁটাসমূহৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল - দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। ১৯৯৫ চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয...

July 23, 2024 10:01 AM

views 20

দেশৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল - দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। ১৯৯৫ চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্রতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয...

July 22, 2024 5:28 PM

views 31

চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পর্যন্ত পদ্ম বঁটাসমূহৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া মুকলি

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পর্যন্ত মুকলি থাকিব। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্রকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহ হ'ল - দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। ১৯৯৫ চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয়।...

July 20, 2024 8:26 PM

views 19

পদ্মশ্ৰী সন্মানেৰে সন্মানিত কমলা পূজাৰীৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কমলা পূজাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, কমলা পূজাৰীয়ে কৃষি খণ্ডক বিশেষকৈ জৈৱিক কৃষি পদ্ধতিক উদগনি জগোৱাৰ লগতে থলুৱা বীজসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। শ্রী মোদীয়ে কয় যে, স্থিৰতা সমৃদ্ধ কৰণৰ লগতে জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ ক্ষেত্ৰত কমলা পূজাৰীৰ কৰ্মৰাজী সদায় স্মৰণীয় হৈ ৰ'ব। তেওঁ কয় যে, কমলা পূজাৰী জনজাতি সম্প্ৰদায়ৰ সৱলীকৰণৰো এগৰাকী হোতা আছিল।

May 10, 2024 12:12 PM

views 14

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুর্মুৱে প্রখ্যাত শিল্পী ড° বৈজয়ন্তীমালা বালী আৰু টেলেগু চলচ্চিত্র অভিনেতা ক'নিদেলা চিৰঞ্জীৱিক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। আনহাতে এছিয়াৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ এম ফাটিমা বিবিক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ অশ্বিন বালাচান্দ মেহতা, প্রবীন ৰাজনৈতিক নেতা অ' ৰাজাগোপালক এই সন্মান প্ৰদান কৰা হয়। একেদৰে, আধ্যাত্মিকতাৰ ক্ষেত্ৰত ...

May 9, 2024 8:15 PM

views 23

ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। যোৱা ২২ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে তিনিগৰাকী ব্যক্তিক পদ্মবিভূষণ...

May 9, 2024 6:24 PM

views 22

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। যোৱা ২২ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৰে তিনিগৰাকী ব্যক্তিক পদ্মবিভূষ...

May 2, 2024 6:19 PM

views 26

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ, ১৫ ছেপ্টেম্বৰ অন্তিম দিন

২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা ১৫ ছেপ্টেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্রী এই তিনিটা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আ...