May 27, 2025 2:18 PM

views 19

ৰাষ্ট্ৰপতি মুৰ্মুৱে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম বঁটাসমূহ প্রদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী- এই তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয় ৷ এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁট...

May 21, 2025 12:37 PM

views 19

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পর্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আর্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্ৰশংসা সহ সবিশেষ বিৱৰণ মনোনয়ন-পত্ৰত সন্নিৱিষ্ট কৰিব লাগিব বুলি মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই সন্মান...

May 20, 2025 9:04 PM

views 30

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন গৃহ মন্ত্ৰালয়ৰ আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পৰ্য্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আৰ্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্রশংসা সহ নির্দিষ্ট যাৱতীয় সবিশেষ বিৱৰণ সন্নিৱিষ্ট কৰা উচিত বুলি প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই ...

April 28, 2025 12:37 PM

views 22

আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান সমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ তিনিটা পৰ্যায়ত প্ৰদান কৰা হয়— পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্রীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰে ১৩৯টা পদ্ম বঁটা ঘোষণা কৰিছিল। য'ত ৭টা পদ...

January 26, 2025 8:05 PM

views 42

নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ  পদ্মভূষণ সন্মান

ৰাজ্যৰ প্ৰখ্যাত নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ১৯৩৩ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী শিল্পীলৈ ভাৰত চৰকাৰে ২০০৮ চনত পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। অসম নাট্য সন্মিলন বঁটা, আনন্দ মোহন ভাগৱতী নৰ্তন বঁটা, ভৱেন্দ্ৰ নাথ শ‍ইকীয়া ভ্রাম্যমাণ থিয়েটাৰ বঁটাকে ধৰি যতীন গোস্বামীয়ে বহু বঁটা সন্মান লাভ কৰিছে। নৃত্য চৰ্চাৰ লগতে শ্রীগোস্বামীয়ে নৃত্য বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁ মাটি...

January 26, 2025 6:54 PM

views 18

১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৫ বৰ্ষৰ পদ্ম সন্মান

২০২৫ বৰ্ষৰ পদ্ম সন্মানমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ ১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ১৩ গৰাকীলৈ মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় লেখক এম টি বাসুদেৱন নায়াৰ, ছুজুকি মটৰ কৰ্পোৰেচনৰ প্ৰাক্তন অধ্যক্ষ ওছামা ছুজুকি আৰু গায়িকা সাদা সিনহাক মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে। বিশিষ্ট গায়ক পংকজ উধাস আৰু অর্থনীতিবিদ বিবেক দেৱৰয়লৈ মৰণো...

January 26, 2025 11:06 AM

views 27

ৰাজ্যৰ যশস্বী নৃত্য শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মা

ৰাজ্যৰ যশস্বী নৃত্য শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাচাও জিলাৰ প্ৰবীন লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেবকান্ত মহন্তলৈ এই বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। এইবাৰ দেশৰ ৭ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বিভূষণ, ১৯ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্ত...

September 14, 2024 6:59 PM

views 18

পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি

পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। যোৱা ১ মে'ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্রাই অগণন লোক...

September 14, 2024 10:56 AM

views 18

পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ অন্তিম দিন

■ পদ্ম বঁটাৰ বাবে মনোনয়নৰ দাখিল প্ৰক্ৰিয়া কাইলৈ সামৰণি পৰিব। যোৱা ১ মে'ত এই মনোনয়ন গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি প্রধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে অসংখ্য তৃণমূল পৰ্যায়ৰ নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। তেওঁ কয় যে এই সন্মান প্ৰাপকসকল...

September 13, 2024 5:42 PM

views 12

১৫ ছেপ্তেম্বৰলৈকে পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া খোলা থাকিব

অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰলৈকে খোলা থাকিব। যোৱা পহিলা মে'ত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেল awards.gov.in যোগে দাখিল কৰা মনোনয়নহে গ্ৰহণ কৰা হ'ব। মনোনয়নৰ সৈতে মনোনীত ব্যক্তিগৰাকীৰ ক্ষেত্ৰ, অসাধাৰণ সাফল্য, প্ৰাসংগিক আদি সকলো তথ্য দাখিল কৰিব লাগিব।