November 14, 2024 6:42 PM November 14, 2024 6:42 PM

views 7

গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত আকাংক্ষিত জিলাৰ পৰ্যালোচনা সভাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি গোৱালপাৰা জিলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত আকাংক্ষিত জিলাৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা আকাংক্ষিত জিলা হিচাপে তালিকাভুক্ত হোৱা গোৱালপাৰা জিলাত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লোৱা পদক্ষেপ সম্পর্কে সভাখনত পৰ্যালোচনা কৰা হয়। সভাত মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই গোৱালপাৰা জিলাত কেন্দ্ৰীয় চৰকাৰে কোনো প্রকল্প বা কেন্দ্ৰীয় চৰকাৰৰ আংশিক বিনিয়োগ থকা কোনো প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত যদি কিবা অসুবিধ...