July 21, 2025 12:19 PM

views 96

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্ৰমণসূচীৰে কালি আফ্রিকা মহাদেশৰ লেছ’থ’ত উপস্থিত হয়। দেশখনত উপস্থিত হোৱাৰ পাছতে তেওঁক বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰধান সচিব থাবাং লেখেলাই আদৰণি জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমাৰ্ঘেৰিটাই কয়, যে দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা বাবে তেওঁ দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাজধানী মাছেৰুত তেওঁ দেশখনৰ তথ্য, যোগাযোগ, বিজ্ঞান-প্রযুক্তি আৰু উদ্ভাৱনী মন্ত্রী তথা শিক্ষা আৰু প্ৰশিক্ষণ মন্ত্ৰীক ...