October 6, 2024 7:55 PM
24
গ্রেনেডাত প্ৰবাসী ভাৰতীয়ৰ সৈতে কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বৈঠক
কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গ্রেনেডাত প্ৰবাসী ভাৰতীয়ৰ সৈতে এক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ লৈ সাংস্কৃতিক উদযাপন আৰু ঐতিহ্যৰ গভীৰ অনুভূতিয়ে ভাৰত আৰু গ্রেনেডাৰ মাজৰ শক্তিশালী বন্ধনক উজ্জ্বল কৰি তুলিছিল বুলি মন্তব্য কৰে। তেওঁ লগতে সমাজলৈ ভাৰত গ্রেনেডিয়ান সম্প্ৰদায়ৰ অৱদানৰ বাবে গৌৰৱান্বিত বুলিও প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত গ্রেনেডা গণৰাজ্য সংসদীয় অধিবেশনত দৰ্শক হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে শ্ৰীমাৰ্ঘেৰিট...