August 26, 2024 9:00 PM

views 24

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দ্বীপ ৰাষ্ট্ৰ কিংডম অব্ টংগালৈ ৰাওনা হ’ব

লেটিন আমেৰিকাৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা দ্বীপ ৰাষ্ট্ৰ কিংডম অব্ টংগালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্য যে ৫৩ সংখ্যক প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২৯ আগষ্টলৈকে দেশখনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ...