May 27, 2025 8:39 PM
পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ
ভাৰতৰ পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত কানাডাৰ ৱেন য়ু ঝাঙক ২১-১৪, ২১- ...