May 24, 2024 12:01 PM May 24, 2024 12:01 PM

views 11

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু-অস্মিতা চলিহা

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ বেইৱেন ঝাঙক ২১-১৯, ১৬-২১, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ য়ু জিন ছিমক ২১-১৩, ১২-২১, ২১-১৪ গেমত পৰাভূত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ কিৰন জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত ১৩-২১, ১৮-২১ গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা ব...

May 23, 2024 6:40 PM May 23, 2024 6:40 PM

views 7

মালয়েছিয়া বেডমিণ্টন প্রতিযোগিতা কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু আৰু অস্মিতা চলিহা

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া বেডমিণ্টন প্রতিযোগিতা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্রি-কোৱাৰ্টাৰত অস্মিতাই আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক ২১-১৯, ১৬-২১, ২১-১২ৰ ব্যৱধানত পৰাজিত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ প্রতিদ্বন্দ্বীক ২১-১৩, ১২-২১, ২১-১৪ৰ ব্যৱধানত পৰাজিত কৰিছে।