July 23, 2025 4:09 PM
24
সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ভাৰতৰ আহ্বান
● ভাৰতে সীমান্তৰে চলা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰসমূহক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে কয় যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ বাবে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাকে ধৰি কিছুমান মৌলিক নীতিক মানি চলাটো অত্যন্ত প্রয়োজনীয়। তেওঁ ভাৰতৰ গণতন্ত্ৰ আৰু উন্নয়নৰ আৰ্হিৰ বিপৰীতে পাকিস্তানক ধর্মান্ধতাত ডুব যোৱা এখন ধাৰাবাহিক ঋণগ্রহণকাৰী ৰাষ্ট্ৰ বুলি অভিহিত কৰে। বহুপক্ষীয়তাবাদ আৰু বিবাদৰ শান্তিপূর্ণ নিষ্পত্তিৰ ও...