September 16, 2024 12:07 PM

views 10

বিশ্ব অ’জন দিৱস উপলক্ষে ডিমৰীয়া মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰ আয়োজন

আজি বিশ্ব অ’জন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয় হৈছে মন্ত্ৰীয়েল প্ৰট'কল-জলবায়ু বিষয়ক কাৰ্যব্যৱস্থাক আগুৱাই নিয়া। আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে অ'জন স্তৰ সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ আয়োজন। বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, পৰিৱেশ আৰু বন বিভাগে যুটীয়াভাৱে আয়োজন কৰা এই অনুষ্ঠানত অসম বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ, অসম জলবায়ু পৰিৱৰ্তন পৰিচালনা সমিতি, ডিমৰীয়া মহাবিদ্যালয়, ই ই পি অসম আৰু ই আই এ চি পি পি চি হাব অসমে সহযোগিতা আগবঢ়াইছে। অনুষ্ঠান...