May 27, 2025 7:54 PM
পলাশবাৰী – শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি নিৰ্মাণকাৰী সংস্থাটোৰ প্ৰকাশ
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী - শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। দলং নিৰ্মাণৰ দায়িত্বত থকা এল এণ্ড টি সংস্থাই আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা...