October 30, 2025 9:21 PM
18
দেশত প্ৰায় ১০ হাজাৰটা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছেঃ কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহান
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে জনাইছে যে, এতিয়ালৈকে দেশত প্ৰায় ১০ হাজাৰটা কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছে আৰু এই সংস্থাসমূহৰ বহুতৰে বছৰি আয়ে ১০০ কোটি টকা চুবল...