August 26, 2024 6:44 PM
11
কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত ৫খন নতুন জিলা গঠনৰ সিদ্ধান্ত
কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত পাঁচখন নতুন জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন জিলাকেইখন হৈছে জানছকাৰ, ড্ৰাছ, শাম, নোব্ৰা আৰু চাংথাং। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰি কয় যে প্রধানমন্ত্ৰী মোদীৰ উন্নত আৰু সমৃদ্ধিশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলটোত ৫খন নতুন জিলা গঠনৰ বাবে গৃহ মন্ত্ৰ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন জিলা সমূহে প্ৰতিটো কোণৰে শাসন ব্যৱস্থা শক্তিশালী কৰি জনসাধাৰণৰ বাবে নিৰ্ধাৰিত সুবি...