June 26, 2025 9:46 PM

views 9

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ৯জনীয়া সদস্যৰ এটা দল পাটনাত উপস্থিত

বিহাৰত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ৯ জনীয়া সদস্যৰ এটা দল ৰাজ্যখনলৈ ৰাওনা হৈছে। দলটোৱে ইতিমধ্যে পাটনাত উপস্থিত হৈ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়াল আৰু আন আন বিষয়াসকলৰ সৈতে এখন উচ্চপৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটাৰ তালিকা সন্দৰ্ভত এটা বিশেষ পর্যালোচনা চলোৱা হয়। দলটোৱে লগতে জিলা নির্বাচন বিষয়া, মাণ্ডলিক আয়ুক্ত আৰু অন্যান্য বিষয়াসকলক সাক্ষাৎ কৰি নিৰ্বাচনৰ শেহতীয়া প্ৰস্তুতি সম্পর্কে বুজ লয়। শেহতীয়া সিদ্ধান্ত অনুসৰি আয়োগে ভোটাৰ ...