June 24, 2025 7:05 PM
13
অপাৰেচন সিন্দূৰে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ
অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰতীয় নাগৰিকক অনিষ্ট কৰা লোকসকলৰ বাবে কোনো স্থানেই নিৰাপদ নহয় বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰী মোদীয়ে লগতে কয়, দেশৰ প্ৰতিৰক্ষা সিদ্ধান্তসমূহ এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। নতুন দিল্লীত আজি ভাৰতৰ দুগৰাকী মহান নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক ...