May 7, 2025 8:32 PM
পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯ স্থানত ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’
সেনাবাহিনীয়ে যোৱা মাজনিশা ১ বাজি ৫ মিনিটৰ পৰা ডেৰ বজাৰ ভিতৰত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটি থকা ৯টা স্থানত আক্ৰমণ চলাই অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। পাকি...