May 7, 2025 9:17 PM
ভাৰতীয় সেনা বাহিনীৰ সিন্দূৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাক বিভিন্ন দলৰ নেতাৰ প্ৰশংসা
ৰাজনৈতিক মতাদর্শ নির্বিশেষে বিভিন্ন দলৰ নেতাই সেনা বাহিনীয়ে সিন্দূৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাৰ প্ৰশংসা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে এই অভিযানৰ জৰি...