June 8, 2025 11:54 AM

views 24

বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ সামৰণি

বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি দলৰ জাৰ্মানী ভ্ৰমণৰ কালি সামৰণি পৰে। এই ভ্ৰমণ কালত দলটোৱে জাৰ্মানীৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্ব, নীতি প্ৰনেতা আৰু চিন্তাবিদসকলৰ আগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় আৰু নীতিগত স্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ভাৰত-জাৰ্মানীৰ কৌশলগত সম্পৰ্কৰ শক্তিশালীকৰণটো গুৰুত্ব আৰোপ কৰা হয়। প্রতিনিধি দলটোৱে বার্লিনত দেশখনৰ চৰকাৰ আৰু সংসদৰ জ্যেষ্ঠ প্রতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি আৰু সীমান্তৰে হোৱা স...

May 18, 2025 8:53 PM

views 34

অপাৰেচন সিন্দুৰৰ অধীনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনৰ বিষয়ে নির্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে ৭ টা সর্বদলীয় প্রতিনিধি দল বিদেশলৈ ৰাওনা হ’ব বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰকাশ

অপাৰেচন সিন্দুৰৰ অধীনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সামুহিক যুঁজখন প্ৰতিফলিত কৰি এই বিষয়ে নির্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে ৭ টা সর্বদলীয় প্রতিনিধি দলে সোনকালেই বিদেশলৈ ৰাওনা হ'ব বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে এই সর্বদলীয় প্রতিনিধি দলত অন্তর্ভুক্ত সাংসদ আৰু অনান্যসকলৰ তালিকা প্ৰকাশ কৰে। ৫৯ গৰাকী সদস্যক লৈ গঠন কৰা এই সাতটা দলে ৩২ খন দেশ ভ্রমণ কৰিব। প্ৰতিটো দলতে এজনকৈ অৱসৰপ্ৰাপ্ত কূটনীতিবিদ আছে। বিজেপিৰ সাংসদ বৈজয...