February 13, 2025 9:03 PM

views 13

অসমত গৃহ নিৰ্মাণৰ বাবে অনলাইন অনুমতি প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

অসমত গৃহ নিৰ্মাণৰ বাবে অনলাইন অনুমতি প্ৰদানৰ ব্যৱস্থা আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত গুৱাহাটীত শুভাৰম্ভ কৰা হয়। এই ডিজিটেল মঞ্চৰ সহায়ত ৰাজ্যখনত গৃহ নিৰ্মাণৰ অনুমতি প্রদান প্রক্রিয়া স্বচ্ছ, সৰল আৰু ত্বৰান্বিত হোৱাৰ ফলত নাগৰিকসকলে গৃহ নিৰ্মাণৰ বাবে সহজে অনুমতি লাভ কৰাত সহায় কৰিব পাৰিব। তদুপৰি ইয়াৰ ফলত নির্মাতা প্রতিষ্ঠানসমূহো উপকৃত হ'ব। এই ব্যৱস্থাৰ অধীনত প্ৰথম পৰ্যায়ত ৫০ হাজাৰৰো অধিক জনসংখ্যাৰ ৩২ খন চহৰত এই সুবিধা প্ৰদান কৰা হ'ব আৰু পৰৱৰ্তী সময়ত বাকী চ...