September 15, 2024 11:54 AM

views 37

উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে  চৰকাৰৰ পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্রহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে উপভোক্তাসকলক সুলভ মূল্যত পিঁয়াজ উপলভ্য কৰোৱাৰ বাবে পাইকাৰী বিক্ৰীৰ ৰণনীতি গ্রহণ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে বৰ্ধিত চাহিদা জড়িত পৰিস্থিতি আৰু মূল্য ধাৰাৰ ভিত্তিত পিঁয়াজৰ নিৰ্দিষ্ট আৰু স্থিৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে লগ লাগি কাম কৰি আছে। দেশৰ প্ৰতিটো পৰিয়াললৈ বহনসাধ্য মূল্যৰ পিঁয়াজৰ যোগান সুনিশ্চিত কৰাটো চৰকাৰৰ উদ্দেশ্য বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰ পিঁয়াজব মূল্যৰ ওপ...

September 6, 2024 12:59 PM

views 59

দিল্লী আৰু মুম্বাইত ৰেহাই মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্যলৈ চাই কালিৰে পৰা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী আৰু মুম্বাইত প্রতি কিলোগ্ৰামত ৩৫ টকা মূল্যত পিঁয়াজৰ বিক্ৰী আৰম্ভ কৰিছে। ভ্রাম্যমাণ বাহন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ই-কমার্চ মঞ্চ আৰু কেন্দ্ৰীয় ভাণ্ডাৰ তথা ছফলৰ দোকানৰ জৰিয়তে পিঁয়াজৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র দিল্লী আৰু মুম্বাইৰ উপৰি গুৱাহাটী, কলকাতা, ভূবনেশ্বৰ, হায়দৰাবাদ, চেন্নাই, বাংগালুৰু, আহমেদা...