August 26, 2025 1:09 PM

views 9

একত্ৰিত পেঞ্চন আঁচনি পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অন্তৰ্ভুক্তিৰ বাবে ৱান টাইম ৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে নতুনকৈ প্ৰৱৰ্তন কৰা একত্ৰিত পেঞ্চন আঁচনি- UPSৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা- NPSত অন্তৰ্ভুক্তিৰ যাবলৈ- ৱান টাইম ৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী অধিসূচনা অনুসৰি UPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ চুপাৰ এনুৱেচনৰ এবছৰ আগলৈকে অথবা স্বেচ্চামূলক অৱসৰৰ তিনিমাহ আগলৈকে এই সুবিধা উলবব্ধ হ'ব। চাকৰিৰ পৰা বৰ্খাস্ত,অপসাৰণ বা অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হোৱা কৰ্মচাৰীসকল এই সুবিধাৰ বাবে যোগ্য নহ'ব। এবাৰ এই সুবিধা গ্ৰহণ কৰাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পে আউটকে ধৰি UPSৰ অন্যান্য...