September 21, 2024 7:23 PM

views 22

চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বাবে ১৫ লাখ কোটি টকাৰ আবণ্টনঃ এল মুৰুগান

কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কয় যে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰে তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বাবে মুঠ ১৫ লাখ কোটি টকাৰ আবণ্টন দিছে। তামিলনাডুৰ থুথুকুডীত আজি তেওঁ কয় যে চৰকাৰখনে মহিলা প্রধান পৰিয়ালসমূহলৈ ৩ লাখ কোটি টকাৰ পুঁজি আগবঢ়াইছে। শ্ৰী মুৰুগানে লগতে কয় যে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণাটোৱে জাতিটোৰ বাবে বহু বিত্তীয় ৰাহি কৰিব আৰু এই সন্দৰ্ভত বিৰোধী দলে এই বিষয়টো বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে ৷ মন...