August 16, 2025 8:34 PM August 16, 2025 8:34 PM
13
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিস্তৱাৰৰ ছশ্বতী গাঁও পৰিদৰ্শন
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত কিস্তৱাৰৰ ছশ্বতী গাঁও পৰিদৰ্শন কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। মুখ্যমন্ত্রী শ্ৰী আব্দুল্লাই ক্ষতিগ্রস্ত লোকসকলক মুখ্যমন্ত্ৰীৰ সঁহাৰি পুঁজিৰ পৰা এককালিন সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেওঁ কয়, যে মৃত লোকসকলৰ পৰিয়াললৈ দুই লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলৰ পৰিয়াললৈ এক লাখকৈ টকা আৰু আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱা হ'ব। ইপিনে ...