July 18, 2024 4:52 PM July 18, 2024 4:52 PM
1
অ’মানৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ
ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে অ'মানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ কৰিছে। আন এগৰাকী সদস্যৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে। বাকী ছগৰাকী সদস্যক সুকলমে উদ্ধাৰ কৰিবলৈ অ’মান সামুদ্রিক সুৰক্ষা কেন্দ্ৰই বর্তমানে সুৰক্ষা অভিযানৰ নেতৃত্ব লৈছে। উল্লেখযোগ্য যে কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিজ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ নাগৰিক আছিল। ৰা...