December 21, 2024 8:38 PM December 21, 2024 8:38 PM
7
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী ওম প্রকাশ চৌতালাৰ শেষকৃত্য সম্পন্ন
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী ওম প্রকাশ চৌতালাৰ শেষকৃত্য আজি বিয়লি চিৰছাৰ টেজাখেদা গাঁৱত সম্পন্ন কৰা হয়। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, মুখ্যমন্ত্রী নায়ব সিং ছেইনী, কেন্দ্ৰীয় মন্ত্রী মনোহৰ লাল আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে পুষ্পাঞ্জলিৰে শেষশ্রদ্ধা জ্ঞাপন কৰে। সাংসদ কুমাৰী ছেলজা আৰু ৰণদীপ সূৰ্যেৱালাও চৌতালাৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে।